November 11, 2023

Day

নসত্ৰ, ৩ আগষ্ট: মানুহৰ বৌদ্ধিক বিকাশে সাধনেৰে সমাজৰ সুস্থিৰতা আনিব বিচৰা আধ্যাত্মিক শিক্ষা সচাই এক আদৰণীয় প্ৰদক্ষেপ। এই মন্তব্য কৰে আজি কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।একেদৰে সংগ্ৰাম কৰা জনেই সফলতা লাভ কৰে বুলিও মন্তব্য কৰে মন্ত্ৰী দাসে। তেওঁ লগতে কয় যে অসম্ভৱ বুলি একো নাই।অসম্ভবতে সম্ভৱ লুকাই...
Read More